Hashtagintro

হাওৰাঘাটত ছাত্ৰ-ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

✒হাওৰাঘাটত ছাত্ৰ-ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
✒একলব্য মডেল Residencial School ৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিল ৰাজপথত
✒বিদ্যালয়ৰ শিক্ষকে জনজাতীয় ছাত্ৰ-ছাত্ৰীক চাইনিজ বুলি অভিহিত কৰাৰ লগতে অশালিন ব্যৱহাৰ কৰাৰ অভিযোগ
✒খোৱা পানী, বিদ্যুত, পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৈক্ষিক সামগ্ৰীৰ পৰা আৰম্ভ কৰি নানান সমস্যাৰে জৰ্জৰিত বিদ্যালয়খন
✒পূৰ্বেও বিদ্যালয়খনত খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছিল
✒বিদ্যালয়খনত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১৮০ জন
✒বৰ্তমান আধা সংখ্যক ছাত্ৰ ছাত্ৰীক আবদ্ধ কৰি ৰখা হৈছে বিদ্যালয়ত
✒বাকী আধা সংখ্যক প্ৰতিবাদস্থলীত
✒বৰ্তমান হাওৰাঘাট পৌৰসভাত আছে বাকী প্ৰতিবাদকাৰী

Source: Dainik Agradoot National

Read full article on Dainik Agradoot National

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language