Hashtagintro

Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন

Shekharjyoti Goswami:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত শুকুৰবাৰে পুনৰ নাকচ হয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন ৷ জামিনৰ বাবে পৰৱৰ্তী শুনানি দিন আদালতে ধাৰ্য কৰে ২৭ নৱেম্বৰত ৷ আনহাতে ডিমা হাচাও জিলাৰ হাফলং উপ- কাৰাগাৰত বন্দী হৈ থকা শেখৰজ্যোতি গোস্বামী অসুস্থ হৈ পৰে ৷ অৱশ্যে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই ৷

Source: Dainik Agradoot News

Read full article on Dainik Agradoot News

Leave a Comment

Your email address will not be published. Required fields are marked *

समाचार की भाषा चुनें / Choose News Language